Assamese Wikipedia@aswikipediaJan 6, 2025বিগত প্ৰায় দুমাহৰ পৰা এটা উৎকণ্ঠাৰ অন্ত পেলাই কালি গুৱাহাটীৰ IIBMত সফলতাৰে আনুষ্ঠিত হ'ল প্ৰথম অসমীয়া ৱিকি সংযোগ সন্মিলন-২০২৫। কেৱল মাতৃভাষাৰ প্ৰতি থকা অকৃত্ৰিম টানটোৰ বাবেই সকলো দূৰ-দূৰণিৰ পৰা আহি সন্মিলনত উপস্থিত হ'লহি। উপস্থিত মেণ্টিসকলৰ সক্ৰিয়তাই আমাক মুগ্ধ কৰিলে।223404